मैक्सिको

विकिपीडिया से

মেক্সিকো (खाँचा:Lang-es), আনুষ্ঠানিকভাবে সম্পূৰ্ণ নাম মেক্সিকো যুক্তৰাজ্য (खाँचा:Lang-es),[१][२][३][४] হৈছে উত্তৰ আমেৰিকাৰ দক্ষিণাঞ্চলৰ এখন দেশ। দেশখনৰ উত্তৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ, দক্ষিণ-পূব দিশত গুৱাটামালা, বেলিজ আৰু কেৰিবিয়ান সাগৰ, আৰু পূবে মেক্সিকো উপসাগৰ অৱস্থিত।[५] প্ৰায় ২০,০০,০০০ বৰ্গ কিলোমিটাৰ (৭,৭০,০০০ বৰ্গ মাইল) মাটিকালিৰে[४] মেক্সিকো হৈছে বৃহত্তৰ আমেৰিকা মহাদেশৰ পঞ্চম বৃহৎ ৰাষ্ট্ৰ আৰু পৃথিৱীৰ ভিতৰত ১৩তম বৃহৎ স্বাধীন ৰাষ্ট্ৰ। আনুমানিক প্ৰায় ১২.৯ কোটি জনসংখ্যাৰে[६] মেক্সিকো হৈছে পৃথিৱীৰ ভিতৰত দশম সৰ্বাধিক জনবহুল দেশ আৰু পৃথিৱীৰ ভিতৰত সৰ্বাধিক স্পেনীছ ভাষী লোকৰ দেশ। ইয়াৰ লগতে ব্ৰাজিলৰ পাছতে ই লেটিন আমেৰিকাৰ দ্বিতীয় সৰ্বাধিক জনবহুল দেশ।[६] মেক্সিকো এখন সংসদীয় সাংবিধানিক গণতন্ত্ৰ। ই ৩১খন ৰাজ্য আৰু এখন বিশেষ ৰাজধানী অঞ্চলেৰে গঠিত।[७]

তথ্য সংগ্ৰহ[सम्पादन | स्रोत सम्पादित करैं]

  1. Romo, Rafael (November 23, 2012). "After nearly 200 years, Mexico may make the name official". CNN.
  2. "About Mexico". Embajada de Mexico en Estados Unidos (Mexican Embassy in the United States). December 3, 2012. मूल से December 2, 2013 को पुरालेखित. अभिगमन तिथि July 17, 2013. नामालूम प्राचल |url-status= की उपेक्षा की गयी (मदद)
  3. "Official name of the country". Presidency of Mexico. March 31, 2005. मूल से March 26, 2010 को पुरालेखित. अभिगमन तिथि March 26, 2010. नामालूम प्राचल |url-status= की उपेक्षा की गयी (मदद)
  4. ४.० ४.१ खाँचा:CIA World Factbook link
  5. Merriam-Webster's Geographical Dictionary, 3rd ed., Springfield, Massachusetts, United States, Merriam-Webster; p. 733
  6. ६.० ६.१ "Top 100 most populous countries". Countries of the World.com. 2018–2019. अभिगमन तिथि July 13, 2019.सीएस1 रखरखाव: तिथि प्रारूप (link)
  7. Chavez, Victor (January 22, 2016). "DF no es el estado 32, aclaran legisladores". El Financiero. अभिगमन तिथि July 15, 2019.

শ্ৰেণী:উত্তৰ আমেৰিকাৰ দেশ